"ৰোমন্থন"। Romantic Sad Assamese poem by Inu Etc



©Inu Etc

এই কবিৰ নাছিলনো কি?
সকলো আছিল!
আছিল এখনি
টুকুৰা টুকুৰ কলিজা,
আৰু আছিল এজনী
পাগল প্ৰিয়তমা।
যাৰ বাবেই,
একালত মৰিব খোজা
এই কবিয়ে-আজিও,
কবিতা লিখে,
লিখে,কাহানিবাই হেৰাই যোৱা
প্ৰেমৰ কবিতা,
প্ৰিয়তমাৰ কবিতা।।

Comments

Popular posts from this blog

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)

গুচি যা চকুলো। An Assamese sad poem by Inu Etc