"ভায়'লিন"। An Assamese Poem by Inu Etc

"ভায়'লিন"

© ইনু

কেতিয়াবা মই
তোমাৰ আঁচল খনকেই
ভায়'লিন বুলি ভূল কৰোঁ।
ভূল কৰোঁ,
ভূল কৰিয়েই মই
বজাব খোজো
কিন্তু সেয়াতো নহয় ভায়'লিন।

তথাপিওবাজি ওঠে সপ্তসুৰ
যদিও সেয়া মাথোঁ ময়েই শুনোঁ।
মই ভূল কৰোঁ
আজিকালি মইপৃথিৱীখন বগা-কলা দেখোঁ।।

Comments

Popular posts from this blog

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)

গুচি যা চকুলো। An Assamese sad poem by Inu Etc