অনামিকা
-অনামিকা,তুমিয়েই মোৰ,
উন্মাদ আত্মাৰ
পূর্ণিমা আৰু অমাবস্যা।।
মোৰ চকুলো বৈ যোৱা,
বোৱতি নৈৰ ঢল হৈ,
নিয়ৰ সেমেকা
পূর্ণিমা ৰাতি;
আহিছিলা তুমি
মোৰ জীবনলৈ।
আহিয়েই গুছি গ'লা
বৰদৈচিলা হৈ।।
উজলি থাকিম চিৰজীবন,
মৰুৰ বুকুত;
মৰীচিকা হৈ।
যদি মন যায়,
আহিবা,,,,,,
এই হতভাগাৰ
সুশীতল জীবনলৈ।।
সেই নিয়ৰ সেমেকা,
পূর্ণিমা ৰাতি
বোৱতি নৈৰ ঢল হৈ,
নিৰব যাত্রাৰে,
আহিবা......
মোৰ হৃদয়লৈ।।
-অনামিকা,তুমিয়েই মোৰ,
উন্মাদ আত্মাৰ
পূর্ণিমা আৰু অমাবস্যা।।
মোৰ চকুলো বৈ যোৱা,
বোৱতি নৈৰ ঢল হৈ,
নিয়ৰ সেমেকা
পূর্ণিমা ৰাতি;
আহিছিলা তুমি
মোৰ জীবনলৈ।
আহিয়েই গুছি গ'লা
বৰদৈচিলা হৈ।।
উজলি থাকিম চিৰজীবন,
মৰুৰ বুকুত;
মৰীচিকা হৈ।
যদি মন যায়,
আহিবা,,,,,,
এই হতভাগাৰ
সুশীতল জীবনলৈ।।
সেই নিয়ৰ সেমেকা,
পূর্ণিমা ৰাতি
বোৱতি নৈৰ ঢল হৈ,
নিৰব যাত্রাৰে,
আহিবা......
মোৰ হৃদয়লৈ।।
- Inu Etc
If you have any questions or if you wanna work with me, feel free to contact me. I’m always available to help young hustlers like you @InuEtc on Instagram.
Keep hustling!
Love, love!
Comments
Post a Comment