গুচি যা চকুলো। An Assamese sad poem by Inu Etc

স্তব্দ জোনাকৰ পোহৰত জিলিকি উঠিছে মোৰ চকুলো। কোনো নাই, মোক সান্তনা দিবলৈ মোক বুজিবলৈ। মই নিৰৱে কান্দিছো, চকুলোৰে যন্ত্ৰণা উটুৱাই দিব খোজো। গুচি যা চকুলো, আৰু ঘূৰি নাহিবি। মই যে বিচাৰো, মাথোঁ হাঁহি। © ইনু ।