গুচি যা চকুলো। An Assamese sad poem by Inu Etc


স্তব্দ জোনাকৰ পোহৰত
জিলিকি উঠিছে
মোৰ চকুলো।

কোনো নাই,
মোক সান্তনা দিবলৈ
মোক বুজিবলৈ।
মই নিৰৱে কান্দিছো,
চকুলোৰে যন্ত্ৰণা উটুৱাই দিব খোজো।

গুচি যা চকুলো,
আৰু ঘূৰি নাহিবি।
মই যে বিচাৰো, মাথোঁ হাঁহি।

© ইনু

Comments

Popular posts from this blog

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)