"যন্ত্ৰনা"। An Assamese sad romantic poem by Inu Etc




ক'ত ৰজনী
উজাগৰে কান্দিছিলো
তোমাৰ বাবে;
বৰ কষ্ট হৈছিল জানা,
তুমিযে দিছিলা
নৰক যন্ত্ৰনা!

অতীতৰ তোমাক
স্মৰণ কৰিলে
বৰ্ষাৰ বৰষুণৰ দৰে
ধাৰাষাৰ চকুলো
অাজিও সৰে।

তোমাক
ভাল পাইছিলো-
সেয়াই মোৰ দোষ আছিলনে?

© Inu Etc

Comments

Popular posts from this blog

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)

গুচি যা চকুলো। An Assamese sad poem by Inu Etc