স্বপ্ন কষ্ট। An Assamese Sad Poem by Inu Etc Get link Facebook Twitter Pinterest Email Other Apps By Inu Etc - August 14, 2017 উৰিব নোৱাৰো আমি কিন্তু সপোন দেখোঁ উৰিবলৈ। ভাল কথা সপোন দেখা ভাল কথা। কিন্তু অযথা সপোন দেখি সপোন ভগাৰ যন্ত্ৰনাত নিজকে কষ্ট দিয়া বৰ বেয়া কথা। © ইনু Like this post? Don’t forget to share it with your friends! Get link Facebook Twitter Pinterest Email Other Apps Comments Hemanta Kr. Kalita6 August 2017 at 05:38Nice poem...Keep it up..ReplyDeleteRepliesInu Etc6 August 2017 at 05:45ThanksDeleteRepliesReplyReplyAdd commentLoad more... Post a Comment
অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc By Inu Etc - June 20, 2017 অন্তহীন অপেক্ষা তোমাৰ বাবে থাকিব খোলা মোৰ হৃদয়ৰ খিৰিকি, অসীম অনন্ত কাললৈ বাট চাম তুমি আহিবা বুলি।। ৰৈ আছিলো মই সীমাহীন আশাৰে তোমালৈ........।। অন্তহীন অপেক্ষা ৰে জন্মৰ পৰা জন্মান্তৰলৈ।। তথাপিও নাহিলা তুমি মোৰ উমাল বুকুলৈ হেজাৰ আশাৰে আছিলো ৰৈ; তোমাৰ বাবে নিৰবে কান্দিছো মূল্যহীন চকুলোৰে।।। Read more
কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো) By Inu Etc - June 20, 2017 কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো) ____________________ © Inu Etc ____________________ এখন ভাল কিতাপ জ্ঞানৰ ভৰাঁল স্বৰূপ।সভ্য সমাজত কিতাপৰ প্ৰয়োজনীয়তা অপাৰ, ইয়াক কোনেও নুই কৰিব নোৱাৰে।সেয়েহে এগৰাকী বিখ্যাত সংস্কৃত কবিয়ে কৈছিল,—"সাহিত্য,সংগীত আৰু কলাত অনুৰাগ নথকা লোক নেজ আৰু শিং নথকা পশুৰ দৰে।"গতিকে কিতাপ পঢ়াটো এটা বৰ ভাল অভ্যাস আৰু মানসিক সন্তুষ্টিৰ বাবে নতুবা নিজৰ জ্ঞানৰ ভৰাঁল চহকী কৰিবলৈ আমি কিতাপ পঢ়িব লাগে। সৰুৰে পৰাই মোৰ কিতাপ পঢ়াৰ বৰ হেপাঁহ।বৰ্ণমালাশিকাৰ আগতেই প্ৰায় প্ৰত্যেক দিনাই দেউতাই বজাৰৰ পৰা ঘৰলৈ আহোতে বাতৰি কাকত এখন লৈ আহিছিল।ময়ো অধীৰ আগ্ৰহেৰে দেউতালৈ বাট চাই থাকিছিলোঁ।কাৰণ মই জানো,দেউতাই মোলৈ এখন বাতৰিকাকত আনিবই আনিব।য'ত থাকিব–মই চিনি নোপোৱা হেজাৰ আখৰ,হেজাৰ শব্দ।একো বুজা নাছিলো।মাথো ৰঙীন আৰু বগা-কলা আলোকচিত্ৰবোৰ চায়েই মই সন্তুষ্টি লাভ কৰিছিলো। লাহে লাহে ডাঙৰ হলো।বাতৰিকাকতৰ পৰাই আখৰবোৰ চিনি পোৱা হলো।বাক্যবোৰ মন্ত্ৰৰ দৰে পঢ়িব পৰা হলো।প্ৰিন্ট কৰা কাগজ এখন দেখিলেই দৌৰি গৈ বুটলিলৈ পঢ়িছিলো-এতিয়াও পঢ়ো।ক্ৰমশ: মোৰ কিতাপ পঢ়াৰ হাবিয়াস বাঢ়ি গৈ Read more
গুচি যা চকুলো। An Assamese sad poem by Inu Etc By Inu Etc - October 08, 2018 স্তব্দ জোনাকৰ পোহৰত জিলিকি উঠিছে মোৰ চকুলো। কোনো নাই, মোক সান্তনা দিবলৈ মোক বুজিবলৈ। মই নিৰৱে কান্দিছো, চকুলোৰে যন্ত্ৰণা উটুৱাই দিব খোজো। গুচি যা চকুলো, আৰু ঘূৰি নাহিবি। মই যে বিচাৰো, মাথোঁ হাঁহি। © ইনু । Read more
Nice poem...Keep it up..
ReplyDeleteThanks
Delete