আকাশৰ চকুলো। An Assamese Sad Poem by Inu Etc
আজি নিশাও বৰষুণ দিছে।
কিহৰ দুখতনো
আকাশে ইমান কান্দে!
মোৰ আৰু আকাশৰ এটাই মিল
ময়ো কান্দো - আকাশেও কান্দে!
চাওকচোন আকাশলৈ
এতিয়াও ধাৰাষাৰ চকুলো সৰিয়েই আছে।
© ইনু
Like this post? Don’t forget to share it with your friends!
Comments
Post a Comment