আকাশৰ চকুলো। An Assamese Sad Poem by Inu Etc


আজি নিশাও বৰষুণ দিছে।
কিহৰ দুখতনো
আকাশে ইমান কান্দে!

মোৰ আৰু আকাশৰ এটাই মিল
ময়ো কান্দো - আকাশেও কান্দে!

চাওকচোন আকাশলৈ
এতিয়াও ধাৰাষাৰ চকুলো সৰিয়েই আছে।

© ইনু

Like this post? Don’t forget to share it with your friends!

Comments

Popular posts from this blog

অন্তহীন অপেক্ষা। An Assamese romantic poem by Inu Etc

কিতাপ পঢ়াৰ অভ্যাস আৰু মই। (মই কেনেকৈ কিতাপৰ পোক হলো)

গুচি যা চকুলো। An Assamese sad poem by Inu Etc