'অশান্তি'
© ইনু
বিশাল অট্টালিকা,বিলাসী 'কাৰ' , 'গ্লেমাৰ'…
মই জানো বিচাৰোঁ?
মই অলপ মৰম,ভালপোৱা আৰু শান্তি বিচাৰোঁ।
মোকতো আন একো নালাগে!
তথাপিও কিয়?
ইমান বাধা…
পলে পলে মগজু গৰম হোৱা কথা,
অশান্তি,যন্ত্ৰণা…
নিদ্ৰাহীন ৰজনীৰ
সংগী মাথো মোৰ
শুকাই যোৱা দুচকুৰ দুটোপাল
তপত চকুলো
মই জানো বিচাৰিছিলোঁ ?
______________________
*[ চকুচৰহা মানুহে আনৰ শান্তি
সহ্য কৰিব নোৱাৰে
সেয়ে আনকো জ্বলায়,
নিজেও জলে।।]
Like this post? Don’t forget to share it with your friends!
© ইনু
বিশাল অট্টালিকা,বিলাসী 'কাৰ' , 'গ্লেমাৰ'…
মই জানো বিচাৰোঁ?
মই অলপ মৰম,ভালপোৱা আৰু শান্তি বিচাৰোঁ।
মোকতো আন একো নালাগে!
তথাপিও কিয়?
ইমান বাধা…
পলে পলে মগজু গৰম হোৱা কথা,
অশান্তি,যন্ত্ৰণা…
নিদ্ৰাহীন ৰজনীৰ
সংগী মাথো মোৰ
শুকাই যোৱা দুচকুৰ দুটোপাল
তপত চকুলো
মই জানো বিচাৰিছিলোঁ ?
______________________
*[ চকুচৰহা মানুহে আনৰ শান্তি
সহ্য কৰিব নোৱাৰে
সেয়ে আনকো জ্বলায়,
নিজেও জলে।।]
Like this post? Don’t forget to share it with your friends!
Thanks.
ReplyDelete