Skip to main content

Posts

Showing posts from 2024

তুমিয়েইচোন মোৰ কবিতা। - An Assamese romantic poem by Inu Etc

বহু দিন লিখা নাই তোমালৈ বুলি কবিতা। কিয় জানা? তুমিয়েইচোন মোৰ কবিতা। পঢ়ি শেষ কৰিব নোৱাৰা, হেজাৰ কাহিনী বিলীন হৈ থকা, মোৰ বুকুৰ আপোন কবিতা। তোমাৰ তেজৰঙা মৌন উঠতো মই দেখা পাওঁ সতেজ কবিতাৰ মিঠা শব্দবোৰ। আমাৰ ভালপোৱাৰ কবিতা, আমাৰ জীৱনৰ কবিতা, কিছুমান সম্পূৰ্ণ। কিছুমান আধা লিখা। তোমাৰ স্নিগ্ধ দুচকুত লুকাই থাকে শব্দবোৰ। লুকা ভাকু খেলে মোৰ লগত। বহুত ভাল লাগে জানা। হেজাৰ জীৱন্ত কবিতাৰ গৌৰৱান্বিত গৰাকী মই । কেনেকৈনো লিখোঁ, কেঁচা হাতৰ, মোৰ কবিতাবোৰ। তোমাক পঢ়ি যে মই এতিয়াও শেষ কৰিব পৰা নাই। - Inu Etc If you have any questions or if you wanna  work with me , feel free to  contact me .  I’m always available to help young hustlers like you  @InuEtc  on Instagram. Keep hustling! Love, love!

প্ৰাথমিক পৰ্বতাৰোহণ পাঠ্যক্ৰমত মোৰ ৰোমাঞ্চকৰ অভিজ্ঞতা: পৰ্বতাৰোহণ আৰু আত্মানুসন্ধান - Basic Mountaineering Course - Inu Etc

Basic Mountaineering Course ল’বলৈ মোক কিহে প্ৰেৰণা দিলে? আমাৰ জীৱন আৰু পাহাৰ, পৰ্বত, প্ৰকৃতিৰ সকলো বস্তুৰ মাজত সাদৃশ্য আছে কাৰণ আমিও প্ৰকৃতিৰ অংশ। মই ভাৱো জীৱনটো বেছি ভালকৈ বুজিবলৈ  আপোনাৰ জীৱনত অন্তত এবাৰ ট্ৰেকলৈ যোৱাৰ প্ৰয়োজন । প্ৰথমবাৰৰ বাবে  ঐকিক ভ্ৰমণকাৰী  হিচাপে পদযাত্রা (ট্ৰেকিং) কৰিবলৈ যোৱাৰ সময়ত দুদিন ধৰি বিদ্যুৎ আৰু নেটৱৰ্কৰ ব্যৱহাৰৰ পৰা বঞ্চিত আছিলোঁ।  প্ৰথমবাৰৰ বাবে গুগল আৰু কিতাপ অবিহনে জীৱনৰ শ শ নতুন কথা জানিব পাৰিছিলোঁ। মই উপলব্ধি কৰিলোঁ মোৰ পৰিয়াল মোৰ বাবে কি অৰ্থ বহন কৰে। গন্তব্য স্থানতকৈ যে  প্ৰকৃতিৰ   গুৰুত্ব ,  সমন্বয় ,  শাৰীৰিক সক্ষমতা ,  অনুশাসন ,  শৃংখলা ,  সময়সূচী ,  দলীয় কাম ,  সহযোগিতা  আৰু  যাত্ৰাৰ গুৰুত্ব  বেছি সেয়া শিকিলোঁ। যাত্ৰা আৰু প্ৰক্ৰিয়াটোৱেই সকলো, লক্ষ্যত উপনীত হোৱাৰ পিছত একো নাই, নিশ্চিতভাৱে সেই সফলতাৰ অনুভূতি পাব, কিন্তু তাৰ পিছত আকৌ সেই অনুভূতিৰ বাবে ক্ষুধাতুৰ হৈ থাকিব। হয়তো এইবাবেই মই কেতিয়াও যাত্ৰা বন্ধ নকৰো, মই মোৰ শেষ নিঃশ্বাস পৰ্যন্ত ভ্ৰমণ কৰি থাকিম। যাত...

My delicate flower! - A poem by Inu Etc

I’ll make you wear The chain of Spanish  cherry  flowers When it’s the season. I’ll give you  Shiuli  flowers In the month of October. I’ll give you dark red  roses Every single day. I’ll give you  Rajanigandha Behind your ear! All these are My favorite flowers! The fragrance, The beauty. I just love them! You’re my delicate flower, the cutest. Your fragrance, my favorite perfume. Your beauty never fades, Evergreen! But I wanna decorate you, my baby, With more blooms, Because, flowers flourish best in company. — Inu Etc 💚 If you loved what you read, would you be able to   buy me a cup of coffee?   Or purchase a copy of  Ups and Downs?  It’s okay if you can’t right now. If you have any questions or if you wanna  work with me , feel free to  contact me .  I’m always available to help young hustlers like you  @InuEtc  on Instagram. Keep hustling!

Stubborn Hairs! by Inu Etc

I so badly Crave to touch my lips To your forehead. I’ll sweep away Those stubborn hairs of yours With my hands. Nothing has the right To hide The ethereal beauty Of your innocent face. - Inu Etc 💚 If you loved what you read, would you be able to buy me a cup of coffee? Or purchase a copy of Ups and Downs? It’s okay if you can’t right now. If you have any questions or if you wanna work with me , feel free to contact me . I’m always available to help young hustlers like you @InuEtc on Instagram. Keep hustling!