Skip to main content

Posts

Showing posts from 2023

জোনাক হৈ আহা। - An Assamese romantic poem by Inu Etc

এন্ধাৰ মোৰ জীৱনত জোনাক হৈ আহা। মোক মাথোঁ সাহস দিয়া।   আন একো নেলাগে মোক অনুপ্ৰেৰণা হৈ আহা তুমি। আকুৱালি ল'ম তোমাক, আগুৱাই যাম এই জটিল পথ, তোমাৰ হাতত ধৰি। তুমি মোৰ জোনাক। কেতিয়াবা নিশা যেতিয়া অশ্ৰু নিগৰে মই বিচাৰিম কাষত তোমাক তুমি মোক সাৱটি ল'বা  মোৰ চকুলো মচি দিবা আৰু ক'বা, "এই পগলা ল'ৰা, চোৱা মই তোমাৰ জোনাক হৈ আহিছোঁ, নাকান্দিবা!" Inu Etc (3 June 23)

Hey, I’m Inu Etc - I help you build beautiful websites, strong brands, and smart online systems.

Work With Me